সোণাৰি: মথুৰাপুৰ বাগান ফিল্ডত মন্ত্রী পীযুষ হাজৰিকাৰ উপস্থিতিত নিৰ্বাচনী সভা অনুষ্ঠিত
মথুৰাপুৰ বাগান ফিল্ডত অসম চৰকাৰৰ কেবিনেট মন্ত্রী পীযুষ হাজৰিকাৰ উপস্থিতিত নির্বাচনী সভা অনুষ্ঠিত। সভাত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ তুলনাত বৰ্তমানৰ চৰকাৰে ৰাজ্যৰ অন্যান্য ঠাইসমূহৰ লগতে বাগিচা অঞ্চলসমূহতো উন্নয়ন সাধন কৰিছে বুলি মন্তব্য কৰে মন্ত্রী পীযুষ হাজৰিকাই।