Public App Logo
Jansamasya
Jharkhand
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Meerut
Fire
Jhansi
Rain
No video available

সোণাৰি: চৰাইদেউ জিলাত ধুমুহা আৰু বজ্ৰপাতৰ বাবে গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্রৰ সতৰ্কবাণী জাৰি, হালধীয়া এলাৰ্ট ঘোষণা

Sonari, Charaideo | Apr 2, 2024
মংগলবাৰে দিনৰ ১ বজাত গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনা অনুসৰি চৰাইদেউ জিলাত আজিৰ দিনটোৰ বাবে হালধীয়া এলাৰ্ট, 30-40 কিঃমিঃ গতিত ধুমুহা বলাৰ সম্ভাৱনা। আজি জিলাখনত ধুমুহা আৰু বজ্ৰপাতৰ পূৰ্ণ সম্ভাৱনা আছে। ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই  জিলাখনত আজি জাৰি কৰিছে ইয়েল’ এলাৰ্ট।