নগাঁও টাউন তেলিয়াগাঁও কলিতা সমাজৰ নামঘৰৰ বার্ষিক প্রতিষ্ঠা দিৱস উপলক্ষে দেওবাৰে বিয়লি প্ৰায় চাৰি মান বজাত অনুষ্ঠিত হয় ধৰ্মলোচনী সভা। মুখ্যবক্তা হিচাপে উপস্থিত থাকে শ্ৰীশ্ৰী আউনীআটি সত্র সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামী।নগাঁও টাউন তেলিয়াগাঁও কলিতা সমাজৰ নামঘৰৰ অনুষ্ঠিত হয় বার্ষিক প্রতিষ্ঠা দিৱস আৰু শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ । দেওবাৰে তৃতীয় দিনা বিয়লি ভাগত অনুষ্ঠিত হয় ধৰ্মলোচনী সভা। উক্ত সভাত মুখ্যবক্তা হিচাপে উপস্থিত থাকে শ্ৰীশ্ৰী আউনীআটি সত্র সত্ৰাধিকা