Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

ধিঙৰ ডুমডুমীয়াত সমাজকল্যান বিভাগৰ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম জুৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত পুঠিমাৰীৰ ২৫৮ নং প্ৰথম খণ্ডত নৱ নিৰ্মিত অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণত চলিছে ঠিকাদাৰৰ লুণ্ঠনৰাজ । অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি ঠিকাদাৰ ছাদিক ইছলাম ওৰফে ছাদিক মুঞ্চীয়ে চলাইছে লুন্ঠন । #Viralreels #reelsviralシ #Assam #Assam

Nagaon, Nagaon | Jul 14, 2026