সাপেখাতী: ১৫ মাৰ্চত বৰহাটত বনকৰ্মী ৰাতুল গগৈৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত বৰহাট আঞ্চলিক বন বিষয়াৰ বিৰুদ্ধে থানাত এজাহাৰ পৰিয়ালৰ
বৰহাট আঞ্চলিক বন বিষয়া ময়ুৰ ভৰদ্বাজে বনকৰ্মী ৰাতুল গগৈক শাৰীৰিক অত্যাচাৰ কৰাত ৰাতুল গগৈ ঘৰলৈ বুলি গৈ চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত চেলেংহাট ৰে'ল ষ্টেচনত যোৱা ১৫ মাৰ্চত ৰহস্যজনক অৱস্থাত ৰে'লৱে ট্ৰেকৰ কাষত উদ্ধাৰ হৈছিল বনকৰ্মী ৰাতুল গগৈৰ মৃতদেহ । আজি ৰাতুল গগৈৰ পৰিয়ালে বৰহাট আৰক্ষী থানাত দাখিল কৰে এজাহাৰ।