সাপেখাতী: চৰাইদেউত নিজৰ বুথৰ ৰাইজৰ লগত মতবিনিময় কৰি সাংসদ তপন কুমাৰ গগৈয়ে সকলোকে ভোটদানৰ জনালে আহবান
চৰাইদেউত নিজৰ বুথৰ ৰাইজৰ লগত মতবিনিময় কৰি আজি সাংসদ তথা বিজেপিৰ ষোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে সকলোকে ১৯ এপ্ৰিলত ভোটদানৰ জনালে আহবান । উক্ত মতবিনিময় অনুষ্ঠানত বিজেপিৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি, কাৰ্য়কৰ্তাৰ লগতে বুথৰ সকলো ভোটদাতা ৰাইজ উপস্থিত থাকে ।