Public App Logo
Jansamasya
National
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
North_east_delhi
Nagaland
East_delhi
West_delhi
Notoadulteration
Bipinrawat
Railone
North_west_delhi
Thodadhyanse
Educationforall
Cds
Railsafety
Chaitranavratri
Smartrailyatri
Bihar
Indianrailway
Railinfra4jharkhand
Safetyfirst
Amritstation
Railinfra4westbengal
No video available

সাপেখাতী: পশ্চিম নলবৰীয়াত আবকাৰী চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় তিনিশ লিটাৰ চুলাই বনাবলৈ ৰখা পাচ নষ্ট কৰে

Sapekhati, Charaideo | Mar 19, 2024
চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত চুলাই মদ মুক্ত কৰাৰ উদ্দেশ্যে আবকাৰী বিভাগে অভিযান চলাই থকাৰ সময়তে মংগলবাৰে ৭ বজাত বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম নলবৰীয়াত আবকাৰী এটা দলে অভিযান চলাই তিনিটা চুলাই ভাতি ধ্বংস কৰাৰ লগতে প্ৰায় তিনিশ লিটাৰ চুলাই বনাবলৈ ৰখা পাচ নষ্ট কৰে।