Public App Logo
Jansamasya
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
No video available

সাপেখাতী: বিমলাপুৰত বিজেপি বুথ সমিতিৰ নিৰ্বাচনৰ ৰণকৌশল ৰচনা কৰা সভাত লোক সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ

Sapekhati, Charaideo | Mar 20, 2024
বিমলাপুৰত বিজেপি বুথ সমিতিৰ নিৰ্বাচনী এখন গুৰুত্বপূৰ্ণ সভাত লোক সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ নিজা বাসগৃহত আজি বুধবাৰে ৰাতি ৬-৩০ বজাত অনুষ্ঠিত হয়।সভাত বিজেপি বৰহাট মণ্ডলৰ অন্তৰ্গত বুথ সমিতিৰ বিষয়ববীয়া সকলৰ লগতে মণ্ডল সমিতিৰ বিষয়ববীয়া,যুৱ মৰ্চা সদস্য সকলে অংশগ্ৰহণ কৰে ।সভাত যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰি আগন্তক নিৰ্বাচনত জয়ী হোৱাৰ সন্দৰ্ভত আলোচনা কৰা হয়।