ভাৰত-আমেৰিকাৰ সংঘাতত কিদৰে জড়িত মণিপুৰ? গুৰপটৱন্ত সিং পান্নুন হত্যাৰ ষড়যন্ত্ৰত সাঙোৰ খাইছে মণিপুৰৰ নাম! মণিপুৰক অস্ত্ৰ, ড্ৰাগছৰ ঘাটিত পৰিণত কৰিব বিচাৰিছিল প্ৰাক্তন চোৰাংচোৱা বিষয়াই! পান্নুনক হত্যাৰ বিনিময়ত মণিপুৰত অস্ত্ৰ, ড্ৰাগছ সৰবৰাহৰ প্ৰতিশ্ৰুতি দিছিল প্ৰাক্তন ৰ’ বিষয়াই! ইম্ফল বিমানবন্দৰ ব্যৱহাৰ কৰি অস্ত্ৰ, ড্ৰাগছৰ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ৰ’ৰ বিকাশ গুপ্তাই!
Assam, India | Nov 17, 2026