“তেওঁ গোটেই কংগ্ৰেছক শেষ কৰি দিলে। যিখিনি বাচি-খুচি আছিল, সেইখিনিও গৈ শেষ কৰি দিলে!” — মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
কাজিৰঙাৰ ইক’ ছেন্সিটিভ জ’নক লৈ গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “কাজিৰঙাৰ সীমাৰ পৰা ১০ কিলোমিটাৰ ESZ হ’লে নুমলীগড়-তুমলীগড় সকলো বন্ধ হৈ যাব, কাৰ্বি আংলঙৰ আধাও প্ৰভাৱিত হ’ব।”
তেওঁ লগতে কয়, “একো নাজানা কথা ক’ব নালাগে।”
#NewzNow #HimantaBiswaSarma #GauravGogoi #Congress #Kaziranga #ESZ #Numaligarh #KarbiAnglong #AssamPolitics #AssamNews
Assam, India | Aug 17, 2026