সোণাৰি: যোৰহাটত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
বুধবাৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ যোৰহাট লোক সভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ যোৰহাটত মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে।লগতে যোৰহাটত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী সভাতো অংশ গ্ৰহণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।