বাক্সা: আজি বাক্সাৰ নৱনিযুক্ত VCDC অধ্যক্ষ তথা সদস্যসকলক লৈ সভা অনুষ্ঠিত
Baska, Baksa | Nov 9, 2025 আজি বাক্সাৰ নৱনিযুক্ত VCDC অধ্যক্ষ তথা সদস্যসকলৰ চিনাকি পৰ্ব অনুষ্ঠান লগতে অনাগত দিনত VCDCবোৰত হৱলগীয়া বিভিন্ন উন্নয়নমূলক কাম কাজৰ বিষয়ে অনুষ্ঠিত হোৱাত সভাৰ অংশ হিচাপে ২নং পূব কুমাৰীকাটা VCDC কাৰ্যালয়ত অংশগ্ৰহন কৰে এমছিএলএ লক্ষী দাসে । উপস্থিত থাকে বিজে বাক্সা জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে।