Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Bipinrawat
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Cds
Worldwaterday
Railsafety
Chaitranavratri
Smartrailyatri
Indianrailway
Railinfra4jharkhand
No video available

সাপেখাতী: সাপেখাটিত বহিঃৰাজ্যৰ পৰা আনি থকা অৱস্থাত সাপেখাতী আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সুৰাসহ জব্দ কৰে এখন মাৰুতি ইকো ভান, আটক তিনিজন

Sapekhati, Charaideo | Jun 24, 2024
চৰাইদেউৰ সাপেখাতী আৰক্ষীৰ বৃহৎ সাফল্য ৷বহি:ৰাজ্যৰ পৰা সুৰা ক্ৰয় কৰি আনি থকা অৱস্থাত সাপেখাতী আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সুৰা সহ এখন মাৰুতি ইকো ভান সহ তিনি অবৈধ ব্যৱসায়িক আটক আৰক্ষীৰ । আটকাধীন যুৱক কেইজন ডিব্ৰুগড়ৰ টিংখাংৰ সৰজু তামাং (৩৬), বিশাল সিং (২৫) আৰু অশোক কৰ্মকাৰ (২৮) বুলি চিনাক্ত। As03 H 5744 নম্বৰৰ ইকো ভান গাড়ীসহ আটাইকে অসম অৰুণাচল সীমান্তৱৰ্তী বগাবাঘ অঞ্চলৰ পৰা আটক কৰে।