সাপেখাতী: বৰহাটৰ ৬৩নং বুথত তপন কুমাৰ গগৈহৈ নিৰ্বাচনী প্ৰচাৰ চলালে পত্নী ড০বিনীতা শইকীয়াই
বৰহাটৰ ৬৩নং বুথত তপন কুমাৰ গগৈহৈ নিৰ্বাচনী সভাত শুক্ৰবাৰে চাৰি বজাত প্ৰচাৰ চলালে তপন কুমাৰ গগৈ পত্নী ড০বিনীতা শইকীয়াই।আজি অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ড০বিনীতা শইকীয়াই বিগত কাৰ্যকালত যোৰহাট সমষ্টিটোৰ উন্নয়ন কথা ৰাইজককৈ পুণৰ এইবাৰো তপন কুমাৰ গগৈ ভোট দিবলৈ ৰাইজক আহ্বান জনায়।