সাপেখাতী: সাপেখাতীত শালকাঠনীত সংঘটিত ১০ বছৰীয়া নাৱালিকা ধর্ষণ কৰা
সুনিল কৰ্মকাৰক সাপেখাটি আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ
সাপেখাতী শালকাঠনী মেডেলাজানত সংঘটিত ১০ বছৰীয়া নাৱালিকা ধর্ষণ কাণ্ড চৰাইদেউ জিলাৰ সাপেখাতীত সংঘটিত হৈছে ১০ বছৰীয়া নাবালিকা ধৰ্ষণ কাণ্ডৰ দৰে জঘন্য কাণ্ড। জঘন্য কাণ্ড সংঘটিত কৰা কালপ্রিত টোৰ নাম সুনিল কৰ্মকাৰ (২৪)। কালপ্রিত সুনিলে নাবালিকা গৰাকীক ফুচলাই বাগিছাৰ মাজলৈ চলেৰে লৈ গৈ শাৰিৰীক নির্যাতন কৰে বুলি অভিভাৱকে আজি সাপেখাতী আৰক্ষীক এজাহাৰ দাখিল কৰাত সুনিল কৰ্মকাৰক আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷