সোণাৰি: সোণাৰিৰ সাপেখাতীৰ কলাকটা গোঁহাই গাৱঁৰ উদ্যোগত গৰু বিহু পালন
কলাকটা গাঁৱৰ ৰাইজৰ উদ্যোগত শনিবাৰে ১০-৩০বজাত গৰু বিহু পালন কৰা হয়।উল্লেখ্য যে অসমীয়া চহা জীৱনৰ সাতমপুৰুষীয়া ৰীতি নীতিৰে গৰু গা ধুৱাবলৈ ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া। শ্ৰীবৃদ্ধি কামনাৰে এইদৰে কলাকটা গোঁহাই গাওঁত মা হালধি, লাউ, বেঙেনা দিঘলটি মাখিয়তি পাতে পথাৰত গাঁৱৰ যুৱক সকলে সমন্বয় গৰুক গা ধুৱাৰ পৰিলক্ষিত হৈছিল।