Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
���प
Agra
No video available

সোণাৰি: সোণাৰিৰ নগাহাট ডাবলু সাৰ্বজনীন নামগৃহত ডাবলু গাঁৱৰ ৰাইজৰ উদ্যোগত নাম প্ৰসঙ্গ সম্পন্ন

Sonari, Charaideo | Apr 13, 2024
নগাহাট ডাবলু সাৰ্বজনীন নাম গৃহত শনিবাৰে আবেলি চাৰি বজাত সামৰণি পৰে নামপ্ৰসঙ্গ।উল্লেখ্য যে প্ৰতিবছৰে এইবছৰো গাঁৱৰ ৰাইজে নামপ্ৰসঙ্গ কৰি ব'হাগ বিহুক আদৰণি জনায়।যাতে বছতো সকলো ৰাইজৰ বাবে কুশল হয়।জেষ্ঠ সকলক কণিষ্ঠ সকলে গামোচাৰে সন্মান জনাই সেৱা আগবঢ়ায়।জেষ্ঠ সকলৰ পৰা আৰ্শীবাদ বিচাৰে।