গোগামুখ: ধেমাজি জিলা বৰদলনি হলৌডুঙা উপ-ডাকঘৰ পোষ্ট মাষ্টৰে গ্ৰাহক পৰা ৪৫ লাখ লুটি আত্মগোপন কৰা অভিযোগ গ্ৰাহকৰ
ধেমাজি জিলা বৰদলনি হলৌডুঙা উপডাকঘৰ পোষ্ট মাষ্টৰে গ্ৰাহক পৰা ৪৫ লাখ লুটি আত্মগোপন কৰা অভিযোগ গ্ৰাহকৰ গাওঁ গ্ৰাহকৰ অভিযোগ অনুসৰি গ্ৰাহকে গাহৰি, হাঁহ ,কুকুৰা লগতে দিন সাজিয়া কৰি জমা কৰা প্ৰায় ৪৫ লাখ টকা আত্মহাত কৰি পলায়ন কৰে বুলি মন্তব্য কৰে।