গোগামুখ: মুখ্যমন্ত্ৰী গোগামুখ আহি শ্ৰমিক সন্থাৰ অভাৱ লিখি নিয়া আবেদন গ্ৰহণ নকৰা অভিযোগ, গোগামুখত ক্ষোভপ্ৰকাশ ধে:জি:নি:শ্ৰ:স:সা:স:
বুধ বাৰ 7 ফেব্ৰুৱাৰী তাৰিখে, গোগামুখত ৰাজ্য মুখ্যমন্ত্ৰী আহি ধেমাজি শ্ৰমিক সন্থাক লগ নকৰা লগতে শ্ৰমিক সন্থাৰ অভাৱ-অভিযোগ সমূহ লিখিত ভাবে নিয়া আবেদন গ্ৰহণ নকৰা,গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰে শ্ৰমিকে । লগতে ৰাজ্য চৰকাৰে শ্ৰমিক সকলৰ উন্নতিৰ হকে যি ধৰণে কাম কৰিব লাগিছিল সেই ধৰণে কাম নকৰা বুলি মন্তব্য প্ৰকাশ কৰে ,ধেমাজি জিলা নিৰ্মাণ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক গিৰিশ গগৈ য়ে