গোগামুখ: মাছখোৱাত বিলাতী সুৰাৰ বিপনী খুলিবলৈ ভুৱা নথিপত্ৰ দাখিল কৰা অভিযোগ উত্থাপন কৰি গোগামুখত প্ৰতিক্ৰিয়াAJYP কে: সভাপতি
ধেমাজি জিলা গোগামুখ সদৰত উপস্থিত হৈ অসম জাতী়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্বল চুতীয়া ডাঙৰীয়াই ধেমাজি জিলা মাছখোৱাত চাৰিযালিত অবস্থিত বিলাতী সুৰাৰ বিপনী খুলিবৰ বাবে মিন্টুৰাজ কামান ভুৱা শপতনামা দাখিল কৰা অভিযোগ উত্থাপন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতী়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্বল চুতীয়া ডাঙৰীয়া ই