গোগামুখ: গোগামুখৰ নির্মাণ দক্ষতা প্রশিক্ষণ কেন্দ্রৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
ধেমাজি জিলা গোগামুখ মহৰিকেম্পত নির্মাণ দক্ষতা প্রশিক্ষণ কেন্দ্র শুভ উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হয়। অসম গৃহ আৰু অন্যান্য নির্মাণ শ্রমিক কল্যাণ পৰিষদৰ পঞ্জীয়নভুক্ত নির্মাণ শ্রমিক আৰু শ্ৰমিক পৰিয়ালৰ সদস্যসকলৰ বাবে অসম চৰকাৰ আৰু এল এণ্ড টি (L&T)ব এক যৌথ পদক্ষেপৰ অংশ হিচাপে ধেমাজিৰ গোগামুখত নির্মাণ দক্ষতা প্রশিক্ষণ কেন্দ্র স্থাপনৰ উক্ত কেন্দ্ৰ টো বুধ বাৰে উদ্ধোধনী অনুষ্ঠান আয়োজন কৰা হয়।