Public App Logo
Jansamasya
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
Indianews
New_delhi
Crpf
Viralvideo
Latestnews
No video available

মাহমৰা: মৰাণহাটত উপ-পৌৰপতি উদয়শংকৰ গগৈৰ উপস্থিতিত বিজেপিৰ মৰাণ মণ্ডলৰ ২৪নং বুথত দলীয় সাংগঠনিক সভা সম্পন্ন

Mahmora, Charaideo | Feb 18, 2024
চৰাইদেউ জিলাৰ মৰাণহাটত জিলা বিজেপিৰ অন্তৰ্গত মৰাণ মণ্ডলৰ ২৪নং বুথত আজি দুপৰীয়া এখন দলীয় সাংগঠনিক সভা অনুষ্ঠিত হয়। বুথ সভানেত্ৰী ৰুবী বাৰ্মাই সভাপতিত্ব কৰা সভাখনত মাহমৰা সমষ্টিৰ বিস্তাৰক জগত চন্দ্ৰ দাস, মৰাণ মণ্ডলৰ সভাপতি কমল চেতিয়া, সাধাৰণ সম্পাদক তথা মৰাণ পৌৰসভাৰ উপ-পৌৰপতি উদয়শংকৰ গগৈ, শক্তিকেন্দ্ৰৰ আহ্বায়ক ত্ৰিদীপ গোস্বামীৰ লগতে বুথৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

MORE NEWS