Public App Logo
Jansamasya
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Jajpur
Rajasthannews
���ोधपुर
Rahul
Indianews
���ंगाल
New_delhi
No video available

মাহমৰা: মৰাণহাটৰ হিংৰিজান চেচা পুখুৰিত বেণ্ডপাৰ্টি কঢ়িয়াই অনা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত, টেম্পখনত থকা ৮ জন যাত্ৰী আহত

Mahmora, Charaideo | Feb 15, 2024
মৰাণহাটত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা সংঘটিত হয়। চেচা পুখুৰীৰ সমীপত হিংৰিজান ফালৰ পৰা মৰাণ অভিমুখী এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। লগে লগে আহত ৮ জনক হিংৰিজান চাহ বাগিচা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে সংকটজনক লোকক উন্নত চিকিৎসাৰ বাবে মৰাণ-তিলৈ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰে।