Public App Logo
Jansamasya
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
Indianews
New_delhi
Crpf
Viralvideo
Latestnews
No video available

মাহমৰা: সাংসদ পুঁজিৰে মৰাণ মহিলা মহাবিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণৰ শিলান্যাস মাহমৰা খণ্ড উন্নয়ণ বিষয়াৰ

Mahmora, Charaideo | Feb 15, 2024
মৰাণ মহিলা মহাবিদ্যালয়ত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সাংসদ পুঁজিৰ ১০ লাখ টকাৰে নিৰ্মাণ হ'বলগীয়া শ্ৰেণীকোঠাৰ শিলান্যাস অনুষ্ঠান সম্পন্ন হয় ৷ সাংসদ তপন কুমাৰ গগৈৰ অনুপস্থিতিত শিলান্যাস কৰে মাহমৰা উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া উৎপল গগৈয়ে ৷ এই অনুষ্ঠানত বিষয়াগৰাকীৰ লগতে মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা জয়শ্ৰী ফুকন আৰু শিক্ষক-কৰ্মচাৰীসকল উপস্থিত থাকে ৷

MORE NEWS