Public App Logo
Jansamasya
Viral
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
No video available

মাহমৰা: মৰাণহাট জ্যোতিপুৰত ভাৰতীয় জনতা পাৰ্টীৰ মৰাণ মণ্ডলৰ গুৰুত্বপূৰ্ণ সাংগাঠনিক সভা সম্পন্ন

Mahmora, Charaideo | Feb 17, 2024
চৰাইদেউ জিলাৰ মৰাণহাট জ্যোতিপুৰত অৱস্থিত প্ৰজাপতি বিবাহভৱনৰ সভাগৃহত আজি সন্ধিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলাৰ অন্তৰ্গত মৰাণ নগৰ মণ্ডলৰ এখনি গুৰুত্বপূৰ্ণ সাংগাঠনিক সভা অনুষ্ঠিত হয় ৷ মৰাণ নগৰ মণ্ডলৰ সভাপতি কমল চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দলৰ সাংগাঠনিক ভেঁটি সুদৃঢ় কৰা তথা আগন্তুক নিৰ্বাচন সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় ৷ সভাত মৰাণ নগৰ মণ্ডলৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে ৷

MORE NEWS