Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Congress
Accident
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket

দেৰগাঁও: ফেতাবস্তিৰ ৫ বছৰীয়া কন্যা সহ এগৰাকী বোৱাৰী নিৰুদ্দেশ, কোনো লোকে সন্ধান পালে আৰক্ষীক জনাবলৈ আহ্বান পৰিয়ালৰ

Dergaon, Golaghat | Jul 6, 2025
দেৰগাঁৱৰ ফেতাবস্তিৰ ৫ বছৰীয়া কন্যা সহ এগৰাকী বোৱাৰী নিৰুদ্দেশ।কোনো লোকে সন্ধান পালে আৰক্ষীক জনাবলৈ আহ্বান পৰিয়ালৰ। বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে মহিলা গৰাকী বুলি দেওবাৰে দিনৰ প্ৰায় ২ বজাত কন্যাই কান্দি কান্দ কান্দি জনালে সংবাদ মাধ্যমক।নিৰুদ্দেশ হোঁৱা মহিলা গৰাকীৰ দেৰগাঁও ফেটাবস্তিৰ ৰুকচানা বেগম বুলি জানিব পৰা গৈছে । বোৱাৰী গৰাকীৰ লগত আছে এটি ৫ বছৰীয়া জীয়ৰী আছে বুলি পৰিয়ালে জানিবলৈ দিয়ে l

MORE NEWS