Public App Logo
Profile Picture

Malobika bora

@malobikabora1991
112264Followers
4Following
গোলাঘাট: শিক্ষাৰ নামত ব্যয় কৰিবলৈ অসম চৰকাৰৰ হাতত টকাৰ অভাৱ  বুলি অসম চৰকাৰক তীব্ৰ সমালোচনা AISF ৰ ৰাজ্যিক আহ্বায়ক যদু বৰাৰ
গোলাঘাট: গমাৰীগুৰীত  অনুষ্ঠিত সেৱা সংকল্প অভিযানৰ ‘সেৱা শিৱিৰ’ কাৰ্য্যসূচীত অংশগ্ৰহণ মন্ত্ৰী অজন্তা নেওগৰ
বোকাখাত: ২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি,উপস্থিত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,মন্ত্ৰী অতুল বৰা
গোলাঘাট: মেৰাপানীত আৰক্ষী-চিআৰপিএফৰ যৌথ অভিযান, বৃহৎ চুলাই মদৰ ঘাটি উচ্ছেদ
সৰুপথাৰ: জন্মদিনৰ বিশেষ ক্ষণত স্বৰ্ণ জয়ৰ অনন্য উপহাৰ অসমবাসীলৈ আগবঢ়ালে সৰুপথাৰৰ  লাভলীনা বৰগোহাঁয়ে,সৰুপথাৰত আনন্দ উৎসৱ
দেৰগাঁও: দেৰগাঁও  আৰক্ষীৰ সফলতা,নিশা  অভিযান চলাই উদ্ধাৰ কৰে ড্ৰাগছ আৰু নগদ প্ৰায় ৩০,০০০ হাজাৰ টকা
গোলাঘাট: গোলাঘাটৰ ৰঙাজানত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গল এটা বাস গৃহ
গোলাঘাট: স্বামীৰ মৃত্যুত স্বামীক  বুকুত সাবটি কান্দি  থাকোঁতেই মৃত্যু পত্নীৰ,শোকৰ ছাঁ অঞ্চলজুৰী
বোকাখাত: অসমৰ জনপ্ৰিয় শিল্পী,অসম বাসিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত বোকাখাটত প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠান অনুষ্ঠিত
গোলাঘাট: গোলাঘাটত চিপিআইৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ , কাজিৰঙা সংৰক্ষণৰ দাবীত এই প্ৰতিবাদ
গোলাঘাট: গোলাঘাট কলেজ তিনিআলিৰ ভয়ংকৰ  মাৰপিট কাণ্ডৰ ঘটনা সন্দৰ্ভত  অসম ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ  সংবাদমেল
সৰুপথাৰ: বৰপথাৰ টেঙানীত ছাগলী চুৰৰ সন্ত্ৰাস,চাৰিটাকৈ ছাগলী  চুৰ কৰি  নি থকা থকা  অৱস্থাত ৰাইজে হাতে-লোটে ধৰি  আৰক্ষীক চমজাই দিয়ে
গোলাঘাট: গোলাঘাটত ড্ৰাগচৰ ফলত মৃত্যু হোঁৱা যুৱকৰ সন্দৰ্ভত জিলা দণ্ডাধীশৰ মন্তব্য
গোলাঘাট: নতুন আমোলাপট্টিত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ,অত্যাধিক ড্ৰাগচ সেৱন কৰাৰ ফলতেই মৃত্যুৰ সন্দেহ
সৰুপথাৰ: জাপানত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছত আজি স্বৰ্ণ জয়ৰ লক্ষ্যৰে বক্সিং ৰিঙত নামিব অসমকণ্যা লাভলীনা বৰগোঁহাই,উৎফুল্লিত ৰাইজ
গোলাঘাট: গোলাঘাটৰ  ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গৰমপানীৰ সমিপত বন্যহস্তীৰ আক্ৰমণত গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত এজনক চিকিৎসালয়ত ভৰ্তি
সৰুপথাৰ: কংগ্ৰেছৰ নিৰ্বাচন আয়োগ আৰু EVM-ৰ  অভিযোগ সন্দৰ্ভত সৰুপথাৰত বিধায়ক বিশ্বজিত ফুকনৰ সংবাদ মেল
গোলাঘাট: গোলাঘাট কমাৰ্চ কলেজত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ কেন্দ্ৰিক ঘটনা সন্দৰ্ভত দোষীক শাস্তিৰ দাবী কৃষক নেতা বিদ্যুত শইকীয়াইৰ
সৰুপথাৰ: সৰুপথাৰ সমজিলাৰ বৰপথাৰত চোৰাং তামোলভৰ্তি বাহন জব্দ, ঘটনা সন্দৰ্ভত দুজনক আটক
দেৰগাঁও: ৪৪বছৰত ভৰি দিয়া দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱৰ বিশেষ আকৰ্ষণ ৰাৱণ দাহৰ সন্দৰ্ভত কমিটিৰ ৰাইজলৈ আহ্বান
গোলাঘাট: গোলাঘাটৰ চকৰধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা,Scorpio বাহনৰ খুন্দাত নিজ বাসগৃহৰ  মাত্ৰ ১ কিঃমিঃ দূৰত্বত মৃত্যু দুই ভাতৃৰ
গোলাঘাট: গোলাঘাটত ছাত্ৰ আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা টাই আহোম ছাত্ৰ সন্থাৰ
গোলাঘাট: ৰাজ্যৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ দুৰৱস্থাৰ অভিযোগ উত্থাপন কৰি গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল
গোলাঘাট: ভূমি সংৰক্ষণ আইন প্ৰণয়নৰ দাবীত গোলাঘাট ত্ৰিমূৰ্তি ক্ষেত্ৰত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী  বীৰ লাচিত সেনা অসমৰ
গোলাঘাট: ছাত্ৰ ৰাজনীতিৰ নামত গোলাঘাট কমাৰ্চ কলেজত ভয়ংকৰ ঘটনা, আগন্তক ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰাক ক্ষণত তেজেৰে ৰাঙলী হল ছাত্ৰ