Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

“₹১৫ হাজাৰ নহয়, ₹২৫ হাজাৰো নহয়— প্ৰতিটো প্ৰকৃত বানপীড়িত পৰিয়ালক ন্যূনতম ₹১০ লাখকৈ দিয়ক।” — অখিল গগৈ। একেলগে ₹১০ লাখ দিব নোৱাৰিলে ₹২ লাখ + ₹৩ লাখ + ₹৫ লাখকৈ তিনিটা কিস্তিত সাহায্য দিয়াৰ দাবী বিধায়কগৰাকীৰ। “এই সাহায্য নাপালে বহু খিলঞ্জীয়া পৰিয়াল পুনৰ থিয় হ’ব নোৱাৰিব।” #NewzNow #AkhilGogoi #AssamFloods #FloodRelief #Sivasagar #AssamNews

Assam, India | Aug 3, 2026