সাপেখাতী: বৰপাত্ৰ চাহ বাগিচাত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈহৈ নিবাৰ্চনী প্ৰচাৰ চলালে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
লোক সভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।আজি বৰপাত্ৰত বুধবাৰে চাৰি বজাত বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক জয়যুক্ত কৰিবলৈ উঠি-পৰি লাগিছে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।অঞ্চলটোৰ বুথে-বুথে অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ তপন কুমাৰ গগৈক জয়ী কৰিবলৈ ৰাইজক অনুৰোধ জনায়।