সাপেখাতী: ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাত ক্ৰয় নকৰাত অসম ক্ষুদ্ৰ চাহ খেতিয়ক উন্নয়ন সমিতিৰ সম্পাদক দেৱজ্যোতি ভূঞাৰ বিমলাপুৰত প্ৰতিক্ৰিয়া
ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচা পাত ফেক্টৰীসমূহে ক্ৰয় নকৰাত বিমলাপুৰত অসম ক্ষুদ্ৰ চাহ খেতিয়ক উন্নয়ন সমবায় সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দেৱজ্যোতি ভূঞাৰ প্ৰতিক্ৰিয়া। এইতো সৰু সমস্যা নহয় বুলি মন্তব্য কৰে সম্পাদকগৰাকীয়ে।