দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ এক গুৰুত্বপূৰ্ণ খবৰ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত দক্ষিণ শালমাৰা–মানকাচৰ জিলা সমিতি গঠনৰ উদ্দেশ্যে এখন সাধাৰণ সভাৰ আয়োজন কৰা হয় ।