Public App Logo
Profile Picture

@Assam Focus; Santali News

@assamfocus
1302Followers
5Following
ওদালগুৰিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আৱিৰ্ভাৱ : গুৰুজনাৰ বন্দনাৰে মুখৰিত ওদালগুৰিত শিৰত ভাগৱত লৈ বৰ্ণিল শোভাযাত্ৰা: বাল্যকালৰ পৰাই আধ্যাত্মিক ধাৰণাৰ প্ৰতি উদ্বুদ্ধ কৰিব লাগিব: উদ্বোধক ধীৰাজ কুমাৰ তালুকদাৰ
শিৱসাগৰ ৰেল ষ্টেচনৰ সন্মুখত ৰঙিয়া এক্সপ্ৰেছ যাত্ৰী মাজত উত্তেজনা।
*ডিফুত সমৰাজ চৌহান সম্পাদিত ‘অসম হিন্দী অৰ্ধবাৰ্ষিকী’ ই পত্ৰিকা উন্মোচন কৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই*
ভক্তি আৰু উলহ-মালহেৰে মুখৰিত ফুলনি : শ্ৰী শ্ৰী অনুকূল ঠাকুৰৰ ১৩৯ সংখ্যক জন্মজয়ন্তী উৎসৱ আৰু ভাদ পৰিক্ৰমাৰ সফল সামৰণি ।
মাজবাটৰ বেটিবাৰী চাহ বাগিচাত চাওৰা সমাজৰ প্ৰাথমিক সমিতি পুনৰ গঠন
ওদালগুৰি জিলাৰ মাজবাটৰ বেটিবাৰী চাহ বাগিচাত পুনৰ গঠন কৰা হ’ল চাওৰা সমাজৰ প্ৰাথমিক সমিতি।
হেমকোষ গ্ৰন্থৰ সম্পৰ্ক ত
নিজ বৰছলা নাথচুবুৰী আউনী আটি সত্ৰত ভাদমহীয়া নামৰ সামৰণী অনুষ্ঠানঃহৰিনামৰ ধ্বনিৰে মুখৰিত সত্ৰৰ আকাশ-বতাহঃকেইবাগৰাকীও অগ্ৰজ ব্যক্তিক সম্বৰ্ধনা ৷৷
সোণাৰিৰ থুকুবিলৰ সোণালীপামত বন্যহস্তীৰ উপদ্ৰৱ: একে নিশাই ভাঙি লণ্ডভণ্ড চাৰিটা বাসগৃহ, বন বিভাগৰ বিৰুদ্ধে ক্ষোভ*
*ওদালগুৰিৰ ভূটান সীমান্তৰ ঘোঁৰাডাক বৰঙ্গাবাৰীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, বিভিন্ন ধৰণৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপায়ণ কৰে জুবিন দিৱস।*
সুৰৰ পৃথিৱীত তুমি অনন্য 
সৰস্বতীৰ আশিস ধন্য।
মায়াৰ পৰা অনামিকা লৈ,
তোমাৰ প্ৰতিটো গীতেই  লৈ যায় সুৰৰ অন্য এখন পৃথিৱীলৈ।
তেজপুৰ স্থিত কেকোৰাপুলৰ এটা উন্মুক্ত নলাত তেজপুৰৰ এজন নিৰীহ যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ননৈ চেৰফাং সমষ্টিৰ নোনাইপাৰা চাহ বাগিছাত ১৮ সংখ্যক কৰম উৎসৱ উদযাপন*
*যোৰহাটৰ ৰান্ধনীজানত শিশু শিল্পীৰ অভিনয়ত মুগ্ধ ৰাইজ*
*বিশিষ্ট সাহিত্যিক, কবি,নাট্যকাৰ তথা  জগন্নাথ বিশ্বিদ্যালয়ৰ উপাচাৰ্য্য ড০ জ্যোতিপ্ৰসাদ শইকীয়াক  ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান--
ওদালগুৰিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ শুভাৰম্ভণি : গুৰুজনাৰ আদৰ্শৰে নৱ প্ৰজন্মই কাম কৰি যাব লাগিব
সোণাৰিৰ বেঙেনাবাৰীত সোঁৱৰণী ফুটবল প্ৰতিযোগিতা

সোণাৰিৰ বেঙেনাবাৰীত আৰম্ভ হৈছে প্ৰয়াত হেমকান্ত বসুমতাৰী আৰু সুদক্ষ ফুটবলাৰ ভদ্ৰ কান্ত বসুমতাৰী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা প্ৰতিযোগিতাখনত এইবাৰ মুঠ আঠটা দলে অংশগ্ৰহণ কৰিছে।

চৰাইদেউ মহকুমা গঠনত আগভাগ লোৱা প্ৰয়াত হেমকান্ত বসুমতাৰী আৰু ক্ৰীড়াক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ভদ্ৰ কান্ত বসুমতাৰীৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাক কেন্দ্ৰ কৰি বেঙেনাবাৰী অঞ্চলত ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে।
মাজবাটত দিনদুপৰতে মহিলাক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা

ওদালগুৰি জিলাৰ 
 মাজবাটত ২১চেপ্তেম্বৰত  দিনদুপৰতে চাঞ্চল্যকৰ হত্যাকাণ্ড।
হোজাই সদৰ জ‍্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন।
ঢেকিয়াজুলিত ছহিদ দিৱস উদযাপন ।
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনে সমগ্ৰ ভাৰততে  বিয়পি পৰিছিল  । এই আন্দোলনৰ প্ৰভাৱ ঢেকিয়াজুলিতো পৰিছিল ।
*যোৰহাটৰ মনাইমাজি চাংপতা চুকত অনন্ত অগ্ৰগামী মহিলা সমিতিৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ*
টংলা বাদ্য যন্ত্ৰী শিল্পী.মঞ্চৰ উদ্যোগত দৰদী শিল্পী.জয়ন্ত হাজৰিকাৰ জন্ম দিন উদযাপন। 

টংলা সুজিত নাৰ্জাৰী পেক্ষাগৃহত  অনুষ্ঠিত  হয় এই দিৱস উদযাপন।
*যোৰহাটত উলহ-মালহেৰে উদযাপন কৰা হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ ৫৭৮ তম্ আবিৰ্ভাৱ মহোৎসৱ*
*ওদালগুৰিৰ ভূটান সীমান্তৰ ঘোঁৰাডাক বৰঙ্গাবাৰীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, বিভিন্ন ধৰণৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপায়ণ কৰে জুবিন দিৱস।*
STORY:- টেকেলাংজুন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মনিকা ডেকাক অৱসৰ বিদায় ।
হৰি নামৰ ধ্বনিৰে মুখৰিত হাওৰাঘাটৰ বেলগুৰি:

শ্ৰীমন্ত শংকৰদেৱ সংঘ বেলগুৰি প্ৰাথমিক শাখাৰ উদ্যোগত গুৰুজনাৰ ৫৭৮সংখ্যক জন্মোৎসৱ আৰু ভাদমহীয়া নাম সামৰণী