Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
Swachhbharat
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Responsiblerailyatri
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Educationforall
Worldwaterday
Capacitybuilding
���ंतर्राष्ट्रीय_वन_दिवस
Railsafety
No video available

মাহমৰা: মৰাণহাটত অইল ইণ্ডিয়াৰ খাদলৈ অহা গাড়ী আৱদ্ধ কৰাক লৈ উত্তেজনা, ঘটনাস্থলীত উপস্থিত হৈ মৰাণহাট আৰক্ষীৰ তদন্ত আৰম্ভ

Mahmora, Charaideo | Mar 23, 2024
চৰাইদেউ জিলাৰ মৰাণহাট ঊষাপুৰত অইলৰ খাদলৈ অহা কেইবাখনো গাড়ী এজন বিজেপি নেতাই আৱদ্ধ কৰি ৰখাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ঊষাপুৰত অৱস্থিত ১৪ নং খাদত উদ্দীপ্ত এনাৰ্জী নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৱে খনন চলাই থকাৰ সময়তে শুক্ৰবাৰে মাজনিশা খাদটোলৈ অহা ৫ খন গাড়ী মানবেন্দ্ৰ গগৈ নামৰ বিজেপি নেতাজনৰ নেতৃত্বত একাংশ যুৱকে আৱদ্ধ কৰি প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলক দুব্যৱহাৰ কৰে ৷ পিছত আজি দুপৰীয়া মৰাণহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গাড়ীসমূহ মুকলি কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে

MORE NEWS