Public App Logo
Jansamasya
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Jajpur
Rajasthannews
���ोधपुर
Rahul
Indianews
���ंगाल
No video available

মাহমৰা: মৰাণহাটত বিজেপি আৰু মিত্ৰদলৰ গুৰুত্বপূৰ্ণ নিৰ্বাচনী বৈঠকত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন

Mahmora, Charaideo | Mar 22, 2024
চৰাইদেউ জিলাৰ মৰাণহাট জ্যোতিপুৰত অৱস্থিত মাহমৰা সমষ্টিৰ বাজপেয়ী ভৱনত আজি ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰদলৰ এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ এই সভাত মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, চৰাইদেউ জিলা বিজেপিৰ উপ সভাপতি মন্টু কোঁৱৰ আৰু ৰ'জকমল মহন, মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি হৰেন গগৈ, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মহেন্দ্ৰ ফুকন, মাহমৰা সমষ্টি সমিতিৰ সভাপতি পূৰ্ণানন্দ চুতীয়াকে ধৰি আন আন বিষয়ববীয়াসকল উপস্থিত থাকে ৷