Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
Acharyamanishji
Swachhbharat
Hiims
Ramnavmi
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Responsiblerailyatri
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Educationforall
Capacitybuilding
No video available

মাহমৰা: ভাৰতীয় ষ্টেট বেংকৰ সৌজন্যত মৰাণহাটত অত্যাধুনিক ডিজিটেল শ্ৰেণীকোঠা উদ্বোধন কৰে ষ্টেট বেংকৰ ডিব্ৰুগড় মাণ্ডলিক প্ৰৱন্ধকে

Mahmora, Charaideo | Feb 28, 2024
চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাৰতীয় ষ্টেট বেংকৰ ডিব্ৰুগড় মাণ্ডলিক কাৰ্যালয়ৰ সৌজন্যত আজি বিয়লি এটা অত্যাধুনিক সুবিধাযুক্ত ডিজিটেল শ্ৰেণীকোঠা উদ্বোধন কৰা হয় ৷ শ্ৰেণীকোঠাটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ভাৰতীয় ষ্টেট বেংকৰ ডিব্ৰুগড় মাণ্ডলিক কাৰ্যালয়ৰ প্ৰৱন্ধক নিৰজ কুমাৰ শ্বাহে ৷ অনুষ্ঠানত ভাৰতীয় ষ্টেট বেংকৰ মৰাণ শাখাৰ মুখ্য প্ৰৱন্ধক চন্দ্ৰমা সোনোৱাল, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, শিক্ষক-কৰ্মচাৰী উপস্থিত থাকে ৷

MORE NEWS