Public App Logo
Jansamasya
Railway
Bsf
Meerut
Raebareli
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
Indianews
New_delhi
Crpf
Viralvideo
Latestnews
Shorts
���ामनवमी
Cuttack
���द
Lakhimpurkheri
���त्नी
No video available

মাহমৰা: এজেৱাইচিপিৰ কেন্দ্ৰীয় উপসভাপতি দিগন্ত গগৈৰ উপস্থিতিত মৰাণহাটত সন্মিলিত ৰঙালী বিহু সন্দৰ্ভত ৰাজহুৱা সভা সম্পন্ন

Mahmora, Charaideo | Feb 26, 2024
মৰাণহাট ঠাকুৰবাৰীত অৱস্থিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিৰ মুখ্য কাৰ্য্যালয়ত সংগঠনটোৰ উদ্যোগত প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা সন্মিলিত ৰঙালী বিহু আয়োজনক লৈ এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ এই সভাত এজেৱাইচিপিৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰঞ্জিত চাংমাই, কেন্দ্ৰীয় উপসভাপতি দিগন্ত গগৈৰ লগতে মৰাণৰ বহুসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে ৷ সভাত সূৰ্য বৰগোহাঁইক সভাপতি, ৰামচন্দ্ৰ দত্তক মুখ্য সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হয় ৷

MORE NEWS