সোণাৰি: সোণাৰিত তপন কুমাৰ গগৈৰ পৰাজিত সম্পৰ্কে
ভাৰতীয় জনতা পাৰ্তীৰ মুখ্য কাৰ্য্যালয়ত সোণাৰি বিধায়কৰ উপস্থিতিত পর্যালোচনা সভা ৷
সোণাৰিত চৰাইদেউ জিলা বিজেপি মুখ্য কাৰ্য্যালয়ত লোকসভা নিৰ্বাচনত তপন কুমাৰ গগৈ পৰাজিত হোৱাৰ সম্পৰ্কে জিলা বিজেপি কার্যালয়ত অনুষ্ঠিত হৈছে পর্যালোচনা সভা ৷ সভাত অংশগ্ৰহন সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু লক্ষীনাথ তাছা,বিজেপি চৰাইদেউ জিলা সভাপতি উপস্থিত থাকে ৷