সোণাৰি: সোণাৰিৰ ৭নম্বৰত পুণৰ গৰু চোৰ উপদ্ৰপ, লব কিস্কুৰ চোৰে লৈ যায় ১টা হালোৱা গৰু
সোণাৰিৰ চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত সাত নম্বৰৰ লবন কিস্কুৰ চৰি থকাৰ পৰা শনিবাৰে পাঁচ বজাত চোৰে লৈ যায়।উল্লেখ্য যে অঞ্চলটোত ধাৰাবাহিক ভাবে গৰু চোৰ হোৱা কাৰ্যত দৰিদ্ৰ খেতিয়কে খেতিপথাৰ সময়ত উপায়হীনহৈ খতিয়কে স্থানীয় পুলিচ প্ৰশাসনৰ লগতে জিলা প্ৰশাশনক ব্যৱস্থা লবলৈ আহ্বান জনাইছে