সোণাৰি: 'নিচাসক্ত হৈ গাড়ী চলোৱাৰ বাবে দুৰ্ঘটনা হৈছে, চৰকাৰে পদক্ষেপ লওঁক', মথুৰাপুৰত ৰয়েল আহোম ছ'চাইটিৰ সংবাদ মেল
চৰাইদেউ জিলাৰ মথুৰাপুৰত আজি সন্ধিয়া ৰয়েল আহোম ছ'চাইটিৰ কেন্দ্ৰীয় সমিতিৰ সংবাদ মেল আয়োজন ৷ চৰাইদেউ জিলাত বৃদ্ধি পোৱা দুৰ্ঘটনাৰ সন্দৰ্ভত আৰু চৰাইদেউ জিলাক ক্ষুদ্ৰ চাহ খেতিয়কৰ বিভিন্ন সমস্যাৰ ওপৰত সংবাদ মেল আয়োজন কৰে ৷লগতে ঐতিহাসিক ধোদৰ আলিৰ বিধস্ত অৱস্থাৰ সম্পৰ্কে প্ৰতিক্ৰীয়া প্ৰকাশ সংগঠনটোৰ ৷উপস্থিত থাকে ৰয়েল আহোম ছ'চাইটিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কমলা ৰাজকোঁৱৰ আৰু ৰয়েল আহোম ছ'চাইটিৰ সম্পাদক দেৱজ্যোতি বৰুৱা উপস্থিত থাকে ৷