সোণাৰি: চৰাইদেউৰ ৯২ নং বুথত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত উপস্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
আজি সাপেখাতী মণ্ডলৰ অন্তৰ্গত ৯২ নং বুথত বুথৰ সভাপতি মুখেশ্বৰ বুঢ়াগোহাঁইৰ পৌৰহিত্যত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত তাৰে প্ৰতিফলন প্ৰতিফলিত হৈছে। আজি ৯২ বুথৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু যোৰহাট লোক সভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটত জয় যুক্ত কৰি মোদীৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনাই বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে