সোণাৰি: চৰাইদেউৰ টাইৰাই মাজগাঁৱত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপিৰ জিলা মহিলা মৰ্চাৰ সভানেত্ৰীয়ে
টাইৰাই মাজগাৱত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপিৰ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী Pronita Panging আৰু ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট লোকসভা প্ৰাথী সাংসদ তপন কুমাৰ গগৈৰ সহধৰ্মিনী সৃষ্টি বকুল বিনীতা গগৈয়ে । এই সময়ছোৱাত প্ৰাথী সাংসদ তপন কুমাৰ গগৈক বিপুল ভোটাত জয়ী কৰাৰ বাবে ভোটদাতা ৰাইজক আহবান জনোৱা হয় ।