সোণাৰি: চৰাইদেউৰ সাপেখাটী ১৬৫ নং বুথত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
বিজেপিৰ সাপেখাটী মণ্ডলৰ ১৬৫ নং বুথত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটত জয় যুক্ত কৰিবলৈ সকলোকে আহবান জনাই বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । সভাত বিজেপিৰ কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।