Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Capacitybuilding
Worldwaterday
Chaitranavratri
Railsafety
���ंतर्राष्ट्रीय_वन_दिवस
No video available

সোণাৰি: বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চৰাইদেউত মহিলা সমাজকৰ্মী ড° ফাৰহিনআৰা ৰহমানে

Sonari, Charaideo | Mar 30, 2024
বয়সৰ সৈতে মন্তব্যৰ খাপ খোৱা নাই বদৰুদ্দিন আজমলৰ । বদৰুদ্দিন আজমলৰ মন্তব্যই সমাজত বিৰূপ প্ৰভাৱ পেলাব বুলি মন্তব্য ড° ফাৰহিনআৰা ৰহমানৰ । উল্লেখ্য যে, ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলক বুঢ়া বুলি কৰা কটাক্ষৰ উত্তৰ দিবলৈ গৈ ‘মই বুঢ়া হোৱা নাই । আকৌ বিয়া পাতিব পাৰো’ বুলি মন্তব্য প্ৰদান কৰিছিল বদৰুদ্দিন আজমলে ।

MORE NEWS