সোণাৰি: শণিবাৰে খুমটাই চাহ বাগিচাত যক্ষ্মা নিৰ্ণায়ক কেন্দ্ৰ উদ্বোধন
শণিবাৰে দিনৰ ১ বজাত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ অধীনত চৰাইদেউ জিলাৰ অন্তৰ্গত খুমটাই চাহ বাগিচাৰ চিকিৎসালয়ত স্থাপন কৰা যক্ষ্মা নিৰ্ণায়ক কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। এই উপলক্ষে চৰাইদেউ জিলা যক্ষ্মা কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসা তত্বাৱধায়ক মৃত্যুঞ্জয় দাসৰ পৰিচালনাত বাগিচাখনৰ আশা কৰ্মী, অসম চাহ কৰ্মচাৰী সংঘ আৰু অসম চাহ মজদুৰ সংঘৰ বাগিচা গোটৰ বিষয়ববীয়া আদিৰ উপস্থিতিত এখন উদ্বোধনী সভা অনুষ্ঠিত