⭕অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সমগ্ৰ ৰাজ্যজুৰি চলি থকা ‘সেৱা সংকল্প অভিযান’ৰ অংশ হিচাপে ডিব্ৰুগড়তো আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচী...
⭕'নমো সেৱা গাাঁথা - এক অন্তহীন কাহিনী' শীৰ্ষক এই বাটৰ নাটৰ জৰিয়তে সেৱা, সংকল্প আৰু সামাজিক দায়বদ্ধতাৰ বাৰ্তা ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে...