শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে শুভেচ্ছা বাৰ্তা
ডিব্ৰুগড় জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ মুখ্য কাৰ্যবাহী অভিযন্তা নিবিৰ বৰাৰ তৰফৰ পৰা সমূহ ৰাইজলৈ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।
মা দুৰ্গাৰ আশিসে প্ৰতিগৰাকী অসমবাসীৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বতৰা। দুৰ্গোৎসৱৰ এই পৱিত্ৰ ক্ষণত সমাজত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী অধিক সুদৃঢ় হওক, তাৰেই কামনা।
সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা।