Public App Logo
Jansamasya
���ादसा
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Nda
School
Cbi

বাক্সা: তামুলপুৰৰ কুমাৰীকাটা মছজিদত ৰাইজৰ সৈতে মত-বিনিময় কৰে বিধায়ক জলেন দৈমাৰীয়ে

Baska, Baksa | Aug 24, 2025
আজি তামুলপুৰৰ কুমাৰীকাটা মছজিদত ৰাইজৰ সৈতে মত বিনিময় কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে। বিধায়ক জলেন দৈমাৰীয়ে আজি ৰাইজৰ সৈতে মত বিনিময় কৰি ভিন্ন সমস্যাৰ বুজ লোৱা পৰিলক্ষিত হয়। শীঘ্ৰেই চৰকাৰী আঁচনিকে ধৰি ৰাইজৰ ভিন্ন সমস্যা সমাধান কৰাৰ অশ্বাস দিয়ে বিধায়ক জলেন দৈমাৰীয়ে। বিধায়ক জলেন দৈমাৰীক দলীয় নেতা কৰ্মীয়ে সংগ দিয়ে।

MORE NEWS

বাক্সা: তামুলপুৰৰ কুমাৰীকাটা মছজিদত ৰাইজৰ সৈতে মত-বিনিময় কৰে বিধায়ক জলেন দৈমাৰীয়ে - Baska News