Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Congress
Accident
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket

ওদালগুৰি: ট্ৰাইবেল বেল্টত গোৰ্খাক খিলঞ্জীয়া জনগোষ্ঠীক সংৰক্ষিত শ্ৰেণীৰ মৰ্য্যদা প্ৰদান কৰাত মুখ্যমন্ত্ৰীক গোৰ্খা সন্মিলনৰ আদৰণি

Udalguri, Udalguri | Aug 1, 2025
অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ কেবিনেটে তিনিচুকীয়া জিলা অন্তৰ্গত টিৰাপ ট্ৰাইবেল বেল্টত আহোম, মৰাণ, মটক, চাহ জনগোষ্ঠী আৰু চুতীয়াৰ লগতে গোৰ্খা সকলকো অসম ভূমি আৰু ৰাজহ সংশোধনী আইন ১৮৮৬ৰ দশম অধ্যায়ৰ অন্তৰ্গত ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত বিশেষ সংৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ সিদ্ধান্তক অসম গোৰ্খা সন্মিলন, কেন্দ্ৰীয় সমিতিয়ে আদৰণি জনাইছে।

MORE NEWS

◾ ওদালগুৰিত ৬৫ কোটি টকাৰো অধিক মূল্যৰ ১৩,০২৮ কেজি গাঞ্জা ধ্বংস
◾ আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসত আৰক্ষীৰ বৃহৎ পদক্ষেপ।
◾ আদালতৰ নিৰ্দেশ অনুসৰি জব্দকৃত ১৩,০২৮.৭৬২ কেজি গাঞ্জা ধ্বংস কৰা হয়।
◾ জব্দকৃত গাঞ্জাৰ আনুমানিক বজাৰ মূল্য প্ৰায় ₹৬৫.১৪ কোটি।
◾ অৰুণাচল প্ৰদেশৰ পৰা অন্য ৰাজ্যলৈ সৰবৰাহৰ সময়ত আৰক্ষীয়ে গাঞ্জাসমূহ জব্দ কৰিছিল।
◾ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ উপস্থিতিত সম্পন্ন হয় ধ্বংস কাৰ্যসূচী।

Udalguri LIVE - Digital
Udalguri LIVE - BODO
Udalguri Police 
Assam Police

◾ ওদালগুৰিত ৬৫ কোটি টকাৰো অধিক মূল্যৰ ১৩,০২৮ কেজি গাঞ্জা ধ্বংস ◾ আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসত আৰক্ষীৰ বৃহৎ পদক্ষেপ। ◾ আদালতৰ নিৰ্দেশ অনুসৰি জব্দকৃত ১৩,০২৮.৭৬২ কেজি গাঞ্জা ধ্বংস কৰা হয়। ◾ জব্দকৃত গাঞ্জাৰ আনুমানিক বজাৰ মূল্য প্ৰায় ₹৬৫.১৪ কোটি। ◾ অৰুণাচল প্ৰদেশৰ পৰা অন্য ৰাজ্যলৈ সৰবৰাহৰ সময়ত আৰক্ষীয়ে গাঞ্জাসমূহ জব্দ কৰিছিল। ◾ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ উপস্থিতিত সম্পন্ন হয় ধ্বংস কাৰ্যসূচী। Udalguri LIVE - Digital Udalguri LIVE - BODO Udalguri Police Assam Police

Udalguri, Udalguri | Jun 26, 2026

ওদালগুৰিবাসীলৈ সুখবৰ। আপুনিও এখন নতুন বাইক বা স্কুটী কিনাৰ কথা ভাবিছে নেকি?  তেন্তে আপোনাৰ বাবে আছে এক সুবৰ্ণ সুযোগ।

ওদালগুৰিবাসীলৈ সুখবৰ। আপুনিও এখন নতুন বাইক বা স্কুটী কিনাৰ কথা ভাবিছে নেকি? তেন্তে আপোনাৰ বাবে আছে এক সুবৰ্ণ সুযোগ।

Udalguri, Udalguri | Jun 25, 2026

আমি সকলোকে আঁচনি দিম। BPF ক ভোট নিদিলেও আমি আঁচনি দিম। আমি টেক্টৰ পাৰ্টীৰ দৰে নহয়। নাঙলক ভোট নিদিয়া মানুহেও ভয় কৰিব নালাগে। আমি কাকো বাদ নিদিও। আমাক ভোট দিলেও - নিদিলেও আমি আঁচনি দিম।  - বিটিচিৰ DyCEM  ৰিহণ দৈমাৰীৰ মন্তব্য

Rihon Daimari

আমি সকলোকে আঁচনি দিম। BPF ক ভোট নিদিলেও আমি আঁচনি দিম। আমি টেক্টৰ পাৰ্টীৰ দৰে নহয়। নাঙলক ভোট নিদিয়া মানুহেও ভয় কৰিব নালাগে। আমি কাকো বাদ নিদিও। আমাক ভোট দিলেও - নিদিলেও আমি আঁচনি দিম। - বিটিচিৰ DyCEM ৰিহণ দৈমাৰীৰ মন্তব্য Rihon Daimari

Udalguri, Udalguri | Jun 24, 2026