Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Congress
Accident
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket

◾ ওদালগুৰিত ৬৫ কোটি টকাৰো অধিক মূল্যৰ ১৩,০২৮ কেজি গাঞ্জা ধ্বংস ◾ আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসত আৰক্ষীৰ বৃহৎ পদক্ষেপ। ◾ আদালতৰ নিৰ্দেশ অনুসৰি জব্দকৃত ১৩,০২৮.৭৬২ কেজি গাঞ্জা ধ্বংস কৰা হয়। ◾ জব্দকৃত গাঞ্জাৰ আনুমানিক বজাৰ মূল্য প্ৰায় ₹৬৫.১৪ কোটি। ◾ অৰুণাচল প্ৰদেশৰ পৰা অন্য ৰাজ্যলৈ সৰবৰাহৰ সময়ত আৰক্ষীয়ে গাঞ্জাসমূহ জব্দ কৰিছিল। ◾ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ উপস্থিতিত সম্পন্ন হয় ধ্বংস কাৰ্যসূচী। Udalguri LIVE - Digital Udalguri LIVE - BODO Udalguri Police Assam Police

Udalguri, Udalguri | Jun 26, 2026

MORE NEWS