Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
बिहार
बारिश
India
कांग्रेस
भाजपा
Accident
Congress
Modi
Delhi
Viral
Up
Bollywood
Breakingnews
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
Biharfloods
Chhattisgarh
Uttarpradesh
Haryana
Cricket
mndr6277
MAC ৰ দ্বাৰা HSLC আৰু HS পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক এককালীন আৰ্থিক সাহাৰ্য্য প্ৰদান। আগম মিগাং টাবুৰাম টাইড শিক্ষাজ্যোতি আঁচনিৰ অধীনত ২৭ নং লোহিতমুখ সমষ্টি আৰু ৩৭ নং বুৰৈ পৰিষদীয় সমষ্টিৰ তিনি শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ দ্বাৰা এককালীন আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়। বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০ শতাংশতকৈ অধিক নম্বৰ পাই সুক্ষাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ মাজত এই সাহাৰ্য্য প্ৰদান কৰা হয়। #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath
| Aug 31, 2026
#public
#friends
#highlights
#news
#viral
#reels
#everyone
#facebook
#barta24x7
MORE NEWS
গহপুৰখন বানত ডুবি থকাৰ সময়তে AJYCP ৰ প্ৰতিবাদ । ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে এই প্ৰতিবাদ। #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Aug 31, 2026
সোমবাৰে গহপুৰৰ কোন কোন নৈয়ে চলালে তাণ্ডৱ?? কত ছিগিল মথাউৰি কত কত ছিগিলে পথ?? #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Aug 31, 2026
Beta (TONMOY PAGAG) বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ সহ ষ্টাৰ মাৰ্ক পাই সুক্ষাতিৰে উত্তীৰ্ণ হোৱাৰ বাবে আজি মিচিং স্বায়ত্ত শাসিত পৰিষদৰ দ্বাৰা এককালীন সাহাৰ্য্য গ্ৰহণ কৰি গৌৰৱ অনুভৱ কৰিছোঁ। #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Aug 31, 2026
বোকাখাত নগৰত ভয়ঙ্কৰ অগ্নিকাণ্ড।অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই। #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Aug 31, 2026
*গহপুৰত চত্ৰং নদীৰ ভয়াৱহ ৰূপ # খহাই নিলে কোটিটকীয়া পকী গাৰ্ডৱাল। বান পৰিস্থিতি বুজ ললে বিধায়ক উৎপল বৰা আৰু বিশ্বনাথ জিলা আয়ুক্ত কৰবী কৰণ শইকীয়াই* #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Aug 31, 2026
কাৰিবিল মঙ্গলবৰীয়া সাপ্তাহিক বজাৰৰ পৰা ডফলা গড় আৰু বালিজান হৈ অৰুণাচল প্ৰদেশলৈ যোৱা একমাত্ৰ পোনপটীয়া সংযোগকাৰী পথ। অৰুনাচল পাহাৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পথটো ছিগি যায়। যাৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈ পৰে। #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Aug 31, 2026
গহপুৰত খৰস্ৰোতা চত্ৰং নৈৰ তাণ্ডৱ। গাৰ্ডৱালৰ ওপৰেদি ভাগৰিছে পানী। নিমিষতে ভাঙি যোৱাৰ আশংকা। #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Aug 31, 2026
বিশ্বনাথ আৰক্ষীৰ বৃহৎ সাফল্য। নকল সোণ আৰু অবৈধ অৰুণাচলী সুৰা জব্দ। কি কলে সাংবাদিকৰ আগত?? #public #friends #highlights #news #viral #reels #everyone #facebook #police #biswnath #crime #Gohpur #barta24x7
Helem, Biswanath | Aug 31, 2026